viva vocevivid

Viverra zibethasci (English) [ IPA: Viverra zibetha ASM: ভিভেৰা জিবেথা]
Contributed by: Biraj Kumar Kakati on 2009-11-29
1. Animal(Common Noun) A small cat found in Assam and the Southeast Asia that excretes a scent to mark its territory from its scent glands. The Assamese name is derived from the scent released from its scent glands, which smell like the local 'zoha' variety of rice. অসম তথা উত্তৰ-পূৱ ভাৰতত পোৱা এবিধ মেকুৰীৰ গঢ়ৰ কিন্তু তাতকৈ ডাঙৰ, মুখজোঙা, বনৰীয়া আৰু বৰ চিকীৰী জন্ত্ত, ইয়াৰ গা মটীয়া বৰণৰ আৰু তাত ক’লা ক’লা আঁচ থাকে; গাটো জহা চাউলৰ সদৃশ গোন্ধায় ৷